Sankaradeva

বৰগীত- Class 10 Poem Assamese Medium

বৰগীত কবিতা হৰি হেৰৰে বাপ পশিললা শৰণে । নেৰিবা বান্ধৱ মােক জীৱনে মৰণে ।।  সনক সনন্দ যােগী যাহাকু ধিয়ায় ।  সকল নিগমে যাক বিচাৰি নপায় ।।  সহস্র বয়নে যাৰ নপাৱন্ত সীমা ।।  অধমে জানিবাে কেনে তােমাৰ মহিমা ।।  আতুৰ ভৈলােহে হৰি বিষয় বিকলে ।  কৰিয়ে উদ্ধাৰ মােক চৰণ কমলে ।।  তােমাৰ চৰণ দুই মােৰ মহা ধন […]

বৰগীত- Class 10 Poem Assamese Medium Read More »