December 24, 2022

মই অসমীয়া

মই অসমীয়া- Class 10 Poem Assamese Medium

মই অসমীয়া সুদূৰ পশ্চিম এৰি,এৰি থৈ স্বৰ্ণপুৰী ৰাজ-অন্তঃপুৰ,বিজয় সপোন দেখি আহিলোঁ যিদিনা–উজনি সোঁতত মেলি ভটীয়নি ভূৰ;বিজয়ৰ তৃষা লৈ, গৌৰৱৰ কৰি অভিযান,লুইত-পাৰত গালোঁ দৃপ্ত উচ্ছ্বাসতআপোনাৰ বিজয়ৰ গান।ভৰি দিলোঁ– অসমৰ সেউজীয়া দূবৰি বনত–সেইদিনা– যিদিনা অসম-ৰাজ অসমৰ সিংহ-আসনত।বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন,প্ৰান্তে প্ৰান্তে বাজে মাথোঁ গৌৰৱৰ, বিজয়ৰমুক্তগীত বিৰামহীন।সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বলমোগলৰ বিজয়ী শকতি,দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ […]

মই অসমীয়া- Class 10 Poem Assamese Medium Read More »

প্ৰশস্তি

প্ৰশস্তি- Class 10 Poem Assamese Medium

প্রশস্তি উষাৰ কুঙ্কুম ৰাগে ৰঞ্জিলে বসুধাদশােদিশ উদ্ভাসিত কৰি, নৱ কিশলয়দলে চামৰ ধুলাইপ্রকৃতিক আনিলে সাদৰি। কবি চিত্তহাৰী যত ফুল্ল কুসুমৰআনন্দত প্রাণ টমমলমন্দিৰৰ উপেক্ষিত ৰবাব ফুলেওদিছে যাচি প্রেম-পৰিমল। উঠে তৰু শিৰে শিৰে বন-বিহঙ্গৰছন্দভৰা সুমধুৰ তান— জল স্থল অন্তৰীক্ষ সকলােতে যেনদেৱতাৰ মহা অভিযান। কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদশেষ হ’ল মহা কালৰাত্রি, উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র,উঠা যত মুক্তি পথযাত্রী। মােহন কীচক বেণু অনাহত ছন্দেগায়

প্ৰশস্তি- Class 10 Poem Assamese Medium Read More »

error

Enjoy this blog? Please spread the word :)

Scroll to Top