December 27, 2022

প্রাচীন ভাৰতীয় শিক্ষা

Class 10 Assamese Ch-16 । প্রাচীন ভাৰতীয় শিক্ষা

প্রাচীন ভাৰতীয় শিক্ষা- সাৰাংশ ‘প্ৰাচীন ভাৰতৰ শিক্ষা’ পাঠটিৰ মূল উদেশ্য হ’ল- প্ৰাচীন ভাৰতৰ শিক্ষা দানৰ বাবে তক্ষশীলা শ্ৰীধান্যকটক নালন্দা উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী নানেৰে দুখন বিশ্ববিদ্যালয় আছিলে । বিদ্যালয় নিৰ্বিশেষে হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষা প্ৰদান কৰা হয় । বিভিন্ন বিদ্যালয়ত তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ , ব্যাকৰণ, দৰ্শনশাস্ত্ৰ ,আত্মাবিদ্যা,বেদ আদি বিষয়ৰ বিদ্যা দিয়া হয় । আৰ্য শিক্ষাৰ […]

Class 10 Assamese Ch-16 । প্রাচীন ভাৰতীয় শিক্ষা Read More »

বিষাদ যোগ

Class 10 Assamese Ch-15 । বিষাদ যোগ

বিষাদ যোগ- চমু প্ৰশ্ন উত্তৰ ক) মহাৰথী কাক বোলে? উত্তৰ : যি একে দশ সহস্ৰ ধানুকীক মুঝকৈ তাক মহাৰথী বোলে। (অৰ্থাৎ যিয়ে একেলগে দহ হাজাৰ ধনুধাৰৰ সৈতে যুদ্ধ কৰিব পাৰে তাক মহাৰথী বোলে) । খ) কৌৰৱৰ বিশিষ্ট সেনাপতি সকলৰ নাম লিখা? উত্তৰ :কৌৰৱৰ বিশিষ্ট সেনাপতি সকলৰ নাম হৈছে – গুৰু দ্ৰোণাচাৰ্য, ভীষ্ম পিতামহ, কৰ্ণ মহাৰথী, কৃপ অগ্ৰগণী,

Class 10 Assamese Ch-15 । বিষাদ যোগ Read More »

ধৰ ঝাৰু ধৰ ভাই

Class 10 Assamese Chapter-14 | ধৰ ঝাৰু ধৰ ভাই

ধৰ ঝাৰু ধৰ ভাই ধৰ ঝাডু ধৰ ভাই !আৰু চাবৰ সময় নাই-চাই থাকোঁতে মুখত কেৱলভৰিল কাজল-ছাই । সাতাম পুৰুষৰআহা! সোণৰ চোতাল ঘৰকত যুগৰ ভূঁহুৰ পৰিআছে যে পোত খাই । কৰিলিতো ইমান দিনেপৰ গোলামি হীনে-ঘিণে-পূজা দিলি পৰ চৰণতজীৱন ঢালি ধাৰে-ঋণে-হ’ল এৱে তোৰ সময় হ’বৰজাতিৰ ঝাডুদাৰ যে ভাই । হিংসা-দ্বেষৰ, ভেদাভেদৰ,ঘৃণা-ঘৃণি স্বার্থ ভেমৰকত যে কি মলি-মামৰভৰি জাতিৰ

Class 10 Assamese Chapter-14 | ধৰ ঝাৰু ধৰ ভাই Read More »

কানাইৰ চাতুৰী

Class 10 Assamese Ch-13 | কানাইৰ চাতুৰী

কানাইৰ চাতুৰী- অতি চমু উত্তৰ ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল ?উত্তৰঃ কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কৃষ্ণৰ লগৰীয়া গোপশিশুবোৰে আহি যশোদাক কৈছিল। খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল ?উত্তৰঃ মাকৰ ওপৰত মিছা অভিমান কৰি কৃষ্ণই চাৰি–পাঁচদিনলৈকে টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল। গ) দেৱতাসকলক

Class 10 Assamese Ch-13 | কানাইৰ চাতুৰী Read More »

error

Enjoy this blog? Please spread the word :)

Scroll to Top