Class 10 অসমীয়া

You can get all Assamese Notes of Class 10 (SEBA) in this specific category

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

Class 10 Assamese Ch-8 | অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি অতি চমু উত্তৰ ক) ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?  উত্তৰ:- ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হল – মংগোলীয় গোষ্ঠী। খ) প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? উত্তৰ:- প্ৰাচীন কালৰে পৰা অসম দেশ যাদু- মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল। গ)কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? উত্তৰ:- ভাষিক সংমিশ্ৰণে অসমীয়া […]

Class 10 Assamese Ch-8 | অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Read More »

ভাৰতীয় সংস্কৃতি

Class 10 Assamese Chapter-7 | ভাৰতীয় সংস্কৃতি

ভাৰতীয় সংস্কৃতি- সাৰাংশ ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্ধয়ৰ সংস্কৃতি যুগ যুগ ধৰি আৰ্য ,অনাৰ্য , মংগোলীয় , দ্ৰাবিড়ী আদি বিভিন্ন গোষ্ঠী সংস্কৃতি লগ হৈ ভাৰতীয় সংস্কৃতি ৰচিত হৈছে। অতিজতে প্ৰীক,হুন,শক আদি নানা জনগোষ্ঠীৰ মানুহে ভাৰতলৈ আহি বসবাস কৰিছিল। ভাষণ , সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন দিশ , বিশেষকৈ শিল্পকলা দৰ্শন ভাস্কৰ্য , ৰাজনৈতিক আদৰ্শ , চিএ কলা আদি

Class 10 Assamese Chapter-7 | ভাৰতীয় সংস্কৃতি Read More »

ছাত্ৰ জীৱন আৰু সমাজসেৱা

Class 10 Assamese Lesson-6 | ছাত্ৰ জীৱন আৰু সমাজসেৱা

ছাত্ৰ জীৱন আৰু সমাজসেৱা 1. চমুকৈ উত্তৰ লিখা ক) লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি? উত্তৰঃ লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হল – ছাত্ৰ-ছাত্ৰীয়ে কি কি কাম কৰিলে মানুহ জনম ধৰা সাৰ্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হব পাৰি, এনেবিলাক বিষয়ৰ জ্ঞান অৰ্জন কৰাই হৈছে ছাত্ৰ জীৱনৰ মূল উদ্দেশ্য। খ) বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ কি কি? উত্তৰঃ বৰ্তমান প্ৰচলিত শিক্ষা কামৰ শিক্ষা নহয়, এয়ে ইয়াৰ

Class 10 Assamese Lesson-6 | ছাত্ৰ জীৱন আৰু সমাজসেৱা Read More »

দৃশ্যান্তৰ কবিতা

দৃশ্যান্তৰ- Class 10 Poem Assamese Medium

দৃশ্যান্তৰ কবিতাটোৰ কবি পৰিচয় হৰেকৃষ্ণ ডেকাৰ ১৯৪৩ চনত তিনিচুকীয়াত জন্ম হয়। তেওঁৰ পিতৃৰ নাম নৰেন্দ্ৰ নাথ ডেকা আৰু মাতৃৰ নাম কামিনী ডেকা। তেখেতে তিনিচুকীয়াত শিক্ষা জীৱন আৰম্ভ কৰি তাৰ পৰাই ১৯৫৯ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন কলেজত পঢ়িবলৈ লয় । ১৯৬৩ চনত কটন কলজৰ পৰা স্নাতক আৰু ১৯৬৫ চনত ইংৰাজী বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ

দৃশ্যান্তৰ- Class 10 Poem Assamese Medium Read More »

মই অসমীয়া

মই অসমীয়া- Class 10 Poem Assamese Medium

মই অসমীয়া সুদূৰ পশ্চিম এৰি,এৰি থৈ স্বৰ্ণপুৰী ৰাজ-অন্তঃপুৰ,বিজয় সপোন দেখি আহিলোঁ যিদিনা–উজনি সোঁতত মেলি ভটীয়নি ভূৰ;বিজয়ৰ তৃষা লৈ, গৌৰৱৰ কৰি অভিযান,লুইত-পাৰত গালোঁ দৃপ্ত উচ্ছ্বাসতআপোনাৰ বিজয়ৰ গান।ভৰি দিলোঁ– অসমৰ সেউজীয়া দূবৰি বনত–সেইদিনা– যিদিনা অসম-ৰাজ অসমৰ সিংহ-আসনত।বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন,প্ৰান্তে প্ৰান্তে বাজে মাথোঁ গৌৰৱৰ, বিজয়ৰমুক্তগীত বিৰামহীন।সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বলমোগলৰ বিজয়ী শকতি,দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ

মই অসমীয়া- Class 10 Poem Assamese Medium Read More »

প্ৰশস্তি

প্ৰশস্তি- Class 10 Poem Assamese Medium

প্রশস্তি উষাৰ কুঙ্কুম ৰাগে ৰঞ্জিলে বসুধাদশােদিশ উদ্ভাসিত কৰি, নৱ কিশলয়দলে চামৰ ধুলাইপ্রকৃতিক আনিলে সাদৰি। কবি চিত্তহাৰী যত ফুল্ল কুসুমৰআনন্দত প্রাণ টমমলমন্দিৰৰ উপেক্ষিত ৰবাব ফুলেওদিছে যাচি প্রেম-পৰিমল। উঠে তৰু শিৰে শিৰে বন-বিহঙ্গৰছন্দভৰা সুমধুৰ তান— জল স্থল অন্তৰীক্ষ সকলােতে যেনদেৱতাৰ মহা অভিযান। কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদশেষ হ’ল মহা কালৰাত্রি, উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র,উঠা যত মুক্তি পথযাত্রী। মােহন কীচক বেণু অনাহত ছন্দেগায়

প্ৰশস্তি- Class 10 Poem Assamese Medium Read More »

জিকিৰ class 10 poem

জিকিৰ- Class 10 Poem Assamese Medium

জিকিৰ কবিতা কবি পৰিচয় ইছলাম ধৰ্মৰ প্ৰচাৰক আজান ফকীৰ সুদূৰ বাগদাদ চহৰৰ পৰা ভায়েক নবী পীৰৰ সৈতে অসমত প্ৰৱেশ কৰিছিল। আনুমানিক খ্ৰীষ্টিয় সপ্তদশ শতিকাৰ মাজভাগত গদাধৰ সিংহৰ শাসন কালত অসমলৈ অহা আজান ফকীৰে অতি কম সময়ৰ ভিতৰতে অসমীয়া মাত কথা সুন্দৰকৈ শিকি জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল। তেওঁৰ আচল নাম হজৰত চাহ মিলন। জনশ্ৰুতি মতে আজান

জিকিৰ- Class 10 Poem Assamese Medium Read More »

Sankaradeva

বৰগীত- Class 10 Poem Assamese Medium

বৰগীত কবিতা হৰি হেৰৰে বাপ পশিললা শৰণে । নেৰিবা বান্ধৱ মােক জীৱনে মৰণে ।।  সনক সনন্দ যােগী যাহাকু ধিয়ায় ।  সকল নিগমে যাক বিচাৰি নপায় ।।  সহস্র বয়নে যাৰ নপাৱন্ত সীমা ।।  অধমে জানিবাে কেনে তােমাৰ মহিমা ।।  আতুৰ ভৈলােহে হৰি বিষয় বিকলে ।  কৰিয়ে উদ্ধাৰ মােক চৰণ কমলে ।।  তােমাৰ চৰণ দুই মােৰ মহা ধন

বৰগীত- Class 10 Poem Assamese Medium Read More »

error

Enjoy this blog? Please spread the word :)

Scroll to Top