Class 9 Assamese

মানৱ বন্দনা

Class 9 Assamese Chapter-2 | মানৱ বন্দনা

মানৱ বন্দনা আহিছে মানুহ গইছে মানুহমানুহ ময়পী জীৱ,মানুহ সোঁতৰ অন্ত নাইকিয়াবুলিলে মৰত কিয়?মানৱী জনম দিয়া উটুৱাইমানৱী কৰম সোঁতে,মানুহৰ মৰম বুজিবা মানুহেধৰম যে মৰমতে।মানুহেই লগ মানুহেই সংগমানুহেই পৰাপৰ,এই যে পৃথিৱী স্বগতো অধিকমানুহৰ নিজাপী ঘৰ।মানুহেই দেৱ মানুহেই সেৱমানুহ বিনে নাই কেৱ,কৰা কৰা পূজা পাদ্য অঘ্য লইজয় জয় মানৱ দেৱ। মানৱ বন্দনা- সাৰাংশ প্ৰতিমা খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে মানৱ […]

Class 9 Assamese Chapter-2 | মানৱ বন্দনা Read More »

শিশুলীলা

Class 9 Assamese Chapter-1 | শিশুলীলা

শিশুলীলা দিনেক যশোদা নন্দ জায়া ।আপুনি মথন্ত দধি গৈয়া ।।কৃষ্ণৰ শৈশৱ লীলাক স্মৰি।কৃষ্ণগীত গাৱন্ত সুন্দৰী ।।ক্ষৌম বস্ত পিন্ধি দিব্য কাছে ।কটিত মেখেলা বান্ধি আছে ।।পুত্ৰস্নেহে স্ৰৱে দুয়ো স্তন ।আজোড়ন্তে লড়ে ঘনে ঘন ।।ৰুণ ঝুণ কেয়ূৰ ককণ ।শ্ৰম জলে উজ্জ্বল বদন ।।কণত কুন্তল দোলে আতি ।খসি পড়ে খোপাৰ মালতি ।।এহিমতেমতে মথন্তে প্ৰয়াসি ।মাৱক ধৰিলা কৃষ্ণে আসি

Class 9 Assamese Chapter-1 | শিশুলীলা Read More »

error

Enjoy this blog? Please spread the word :)

Scroll to Top