নিয়ৰ কবিতা প্ৰশ্ন উত্তৰ

Class 8 Assamese Chapter-1 | নিয়ৰ

নিয়ৰ মুকুতা মণিটি পাহিত জিলিকেফটিক পানীত ধোৱানিশাৰ তৰা এটি সৰিয়েহে আছেসৰগত টোপনি যোৱা নিজম আকাশৰ নিচুক কথাটিহিয়াত থৈছে সাঁচিকোন কাহানিৰ সপোন দেখিছেকোনে হাঁহিছিল নাচি ফুলনিত কোনে নিশা নাচিছিলছিগি ৰই গ’ল মণিৰঙিলীৰ ভাব হাঁহি নাচোনৰৰ’ল চিন এইকণি ৰাতিৰ ধেমালি জোনৰ নিফুটহাঁহিৰে থৈছে সানিপুৱাৰ হেঙুলি বেলিটিলৈ চাইএটুপি চকুৰ পানী নিয়ৰ কলিৰে শোভে ফুলজুপিচাইছো ভাবতে ভাহিহায় কি বিষম পেলালে বায়ুৱেজোকাৰি ফুলৰ পাহি […]

Class 8 Assamese Chapter-1 | নিয়ৰ Read More »