ভক্ত প্ৰহ্লাদ

Class 8 Assamese Chapter 5 | ভক্ত প্ৰহ্লাদ

১। উত্তৰ দিয়াঃক) ‘ভক্ত প‌্ৰহ্লাদ’ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা।উত্তৰঃ ‘ভক্ত প্ৰহ্লাদ’ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম হ’ল—-* হৰি (ত্ৰিজগতৰ ত্ৰাণকৰ্তা, ভক্তবৃন্দৰ উপাস্য দেৱতা)* হিৰণ্যকশিপু (দৈত্যৰাজ, হৰিৰ চিৰবৈৰী)* প্ৰহ্লাদ ( হিৰণ্যকশিপুৰ পুত্ৰ, ভগৱানৰ একান্ত ভক্ত)* ষণ্ডাৰ্মক (দৈত্য-গুৰু)* মহাৰাণী (হিৰণ্যকশিপুৰ পত্নী,দৈত্যৰাণী)খ) নাটিকাখনি কেইটা দৃশ্যত বিভক্ত?উত্তৰঃ নাটিকাখনি পাঁচটা দৃশ্যত বিভক্ত।গ) প্ৰহ্লাদৰ পিতৃৰ নাম কি?উত্তৰঃ প্ৰহ্লাদৰ পিতৃৰ নাম হিৰণ্যকশিপু।ঘ) হিৰণ্যকশিপুৰ ভ্ৰাতৃৰ নাম […]

Class 8 Assamese Chapter 5 | ভক্ত প্ৰহ্লাদ Read More »