class 10 Assamese

পাৰস্যত এভুমুকি

Class 10 Assamese Ch-12 | পাৰস্যত এভুমুকি

পাৰস্যত এভুমুকি- চমু উত্তৰ ক) লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটে কত অৱস্থিত? উত্তৰঃ – লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ বিগটো পাৰস্য উপসাগৰত অৱস্থিত। খ) বুশ্বেৰ কি? উত্তৰঃ– ‘বুশ্বেৰ’ এক বন্দৰ নগৰী। গ) বুশ্বেৰত হেলিকপ্টাৰৰ পৰানমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল ? উত্তৰঃ–  বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত আছিল মেহদি আৰু ঘাছেম। ঘ) বুশ্বেৰ বিমান বন্দৰটোক […]

Class 10 Assamese Ch-12 | পাৰস্যত এভুমুকি Read More »

অৰণ্য যাত্ৰা

Class 10 Assamese Ch-11 | অৰণ্য যাত্ৰা

অৰণ্য যাত্ৰা- চমু উত্তৰ (ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল? উত্তৰ:- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। (খ) পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে? উত্তৰ:- পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে। (ঘ) লৰ্ড কাৰ্জন কোন? উত্তৰ:- লৰ্ড কাৰ্জন হল ইংৰাজ ভাইচৰয়। ( গ ) পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল? উত্তৰ:- ঘৰ

Class 10 Assamese Ch-11 | অৰণ্য যাত্ৰা Read More »

অৰুণিমা সিনহা

Class 10 Assamese Chapter-10 | অৰুণিমা সিনহা

অৰুণিমা সিনহা- চমু উত্তৰ (ক) অৰুণিমা সিনহাৰ কোন বিধ খেলত বিশেষ দক্ষতা আছিল?  উত্তৰঃ অৰুণিমা সিনহাৰ  ভলীবল খেলত বিশেষ দক্ষতা আছিল। (খ) অৰুনিমা সিনহাৰ ঘৰ কত আছিল? উত্তৰঃ অৰুনিমা সিনহাৰ ঘৰ  উত্তৰ প্ৰদেশত আছিল। (গ) হস্পিতালত থাঁকোতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰোপ লৈছিল? উত্তৰঃ হস্পিতালত থাঁকোতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ  সপোনে তীব্ৰ ৰোপ লৈছিল। (ঘ) চিকিতসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? উত্তৰঃ চিকিতসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বতাৰোহনৰ প্ৰশিক্ষণৰ বাবে বাচেন্দ্ৰি পালক লগ ধৰিছিল কিয়নো অৰুণিমাৰ আছিল পৃথিৱীৰ শীৰ্ষতম স্থানত অৰ্থাত এভাৰেষ্টত থিয় হোৱাৰ তীব্ৰ

Class 10 Assamese Chapter-10 | অৰুণিমা সিনহা Read More »

ভাৰতীয় সংস্কৃতি

Class 10 Assamese Chapter-7 | ভাৰতীয় সংস্কৃতি

ভাৰতীয় সংস্কৃতি- সাৰাংশ ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্ধয়ৰ সংস্কৃতি যুগ যুগ ধৰি আৰ্য ,অনাৰ্য , মংগোলীয় , দ্ৰাবিড়ী আদি বিভিন্ন গোষ্ঠী সংস্কৃতি লগ হৈ ভাৰতীয় সংস্কৃতি ৰচিত হৈছে। অতিজতে প্ৰীক,হুন,শক আদি নানা জনগোষ্ঠীৰ মানুহে ভাৰতলৈ আহি বসবাস কৰিছিল। ভাষণ , সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন দিশ , বিশেষকৈ শিল্পকলা দৰ্শন ভাস্কৰ্য , ৰাজনৈতিক আদৰ্শ , চিএ কলা আদি

Class 10 Assamese Chapter-7 | ভাৰতীয় সংস্কৃতি Read More »

মই অসমীয়া

মই অসমীয়া- Class 10 Poem Assamese Medium

মই অসমীয়া সুদূৰ পশ্চিম এৰি,এৰি থৈ স্বৰ্ণপুৰী ৰাজ-অন্তঃপুৰ,বিজয় সপোন দেখি আহিলোঁ যিদিনা–উজনি সোঁতত মেলি ভটীয়নি ভূৰ;বিজয়ৰ তৃষা লৈ, গৌৰৱৰ কৰি অভিযান,লুইত-পাৰত গালোঁ দৃপ্ত উচ্ছ্বাসতআপোনাৰ বিজয়ৰ গান।ভৰি দিলোঁ– অসমৰ সেউজীয়া দূবৰি বনত–সেইদিনা– যিদিনা অসম-ৰাজ অসমৰ সিংহ-আসনত।বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন,প্ৰান্তে প্ৰান্তে বাজে মাথোঁ গৌৰৱৰ, বিজয়ৰমুক্তগীত বিৰামহীন।সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বলমোগলৰ বিজয়ী শকতি,দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ

মই অসমীয়া- Class 10 Poem Assamese Medium Read More »

প্ৰশস্তি

প্ৰশস্তি- Class 10 Poem Assamese Medium

প্রশস্তি উষাৰ কুঙ্কুম ৰাগে ৰঞ্জিলে বসুধাদশােদিশ উদ্ভাসিত কৰি, নৱ কিশলয়দলে চামৰ ধুলাইপ্রকৃতিক আনিলে সাদৰি। কবি চিত্তহাৰী যত ফুল্ল কুসুমৰআনন্দত প্রাণ টমমলমন্দিৰৰ উপেক্ষিত ৰবাব ফুলেওদিছে যাচি প্রেম-পৰিমল। উঠে তৰু শিৰে শিৰে বন-বিহঙ্গৰছন্দভৰা সুমধুৰ তান— জল স্থল অন্তৰীক্ষ সকলােতে যেনদেৱতাৰ মহা অভিযান। কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদশেষ হ’ল মহা কালৰাত্রি, উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র,উঠা যত মুক্তি পথযাত্রী। মােহন কীচক বেণু অনাহত ছন্দেগায়

প্ৰশস্তি- Class 10 Poem Assamese Medium Read More »

error

Enjoy this blog? Please spread the word :)

Scroll to Top