Class 8 Assamese all question answer

যুগমীয়া শৰাইঘাট প্ৰশ্ন উত্তৰ

Class 8 Assamese Ch-2 | যুগমীয়া শৰাইঘাট

Chapter-2 যুগমীয়া শৰাইঘাট যুগমীয়া শৰাইঘাট পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ :-  উত্তৰ দিয়া :(ক) অতীত শৰাইঘাটৰ সমস্যাবোৰ কি আছিল?উত্তৰ : অতীত শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। চুবুৰীয়া দেশসমূহৰ লগত যুদ্ধ-বিগ্রহ আদিয়ে সেই সময়ত প্রধান সমস্যা ৰূপে দেখা দিছিল। (খ) বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি?উত্তৰ : বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ হৈছে সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। (গ) ৰামসিংহ কোন আছিল?উত্তউত্তৰঃ ৰামসিংহ ৰাজপুতসকলৰ …

Class 8 Assamese Ch-2 | যুগমীয়া শৰাইঘাট Read More »

নিয়ৰ কবিতা প্ৰশ্ন উত্তৰ

Class 8 Assamese Chapter-1 | নিয়ৰ

নিয়ৰ মুকুতা মণিটি পাহিত জিলিকেফটিক পানীত ধোৱানিশাৰ তৰা এটি সৰিয়েহে আছেসৰগত টোপনি যোৱা নিজম আকাশৰ নিচুক কথাটিহিয়াত থৈছে সাঁচিকোন কাহানিৰ সপোন দেখিছেকোনে হাঁহিছিল নাচি ফুলনিত কোনে নিশা নাচিছিলছিগি ৰই গ’ল মণিৰঙিলীৰ ভাব হাঁহি নাচোনৰৰ’ল চিন এইকণি ৰাতিৰ ধেমালি জোনৰ নিফুটহাঁহিৰে থৈছে সানিপুৱাৰ হেঙুলি বেলিটিলৈ চাইএটুপি চকুৰ পানী নিয়ৰ কলিৰে শোভে ফুলজুপিচাইছো ভাবতে ভাহিহায় কি বিষম পেলালে বায়ুৱেজোকাৰি ফুলৰ পাহি …

Class 8 Assamese Chapter-1 | নিয়ৰ Read More »

https://amzn.to/3UgE0kL