অন্যৰ প্ৰতি ব্যৱহাৰ

Class 9 Assamese Chapter-6 | অন্যৰ প্ৰতি ব্যৱহাৰ

অন্যৰ প্ৰতি ব্যৱহাৰ- শব্দার্থ আৰু টোকা অনুপান→আনুষঙ্গিক উপাদান, লগত অনা বা দিয়া বস্তু।আটক→ বাধা।চাটুকাৰ→ছলাহী কথাৰে আনৰ অন্তৰ জয় কৰা মানুহ।প্রৌঢ়ী→জনাজাত, ব্যক্ত, প্ৰচাৰ।ব্যৱহাৰ→আচৰণ।ভাজন→পাত্র।দুলাহী→ ঠগ কথা বা আচৰণ, প্রবঞ্চনা কৰা।উলাই →অবজ্ঞাকেটে→কঠুৱা, টান, কর্কশ।অর্বুদ→ দহ কোটি (সংখ্যা বিশেষ)নিমিষতে →তৎক্ষণাত, খন্তেকতে।দম্ভালি→ অহংকাৰ, মই বৰ ভাৱ, নিজেই বৰ ডাঙৰবাৰৰ জানালােক এনেভাৱ।বিনীত→ স্বভাৱ, শান্ত-শিষ্ট।বখনা→প্রশংসা কৰা।মহত্ত্ব→উচ্চতা, গৰিষ্ঠতা।দুৰাচাৰ →বেয়া আচৰণৰ।সুচল→ সুবিধা, সুযােগ।সজাতী →বিশ্বাসী, […]

Class 9 Assamese Chapter-6 | অন্যৰ প্ৰতি ব্যৱহাৰ Read More »