Assamese medium

গীত আৰু ছবি

Class 9 Assamese Chapter-3 | গীত আৰু ছবি

চমু উত্তৰ দিয়া (ক) কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে?উঃ যি গীত আৰু ছবিৰ অৰ্থ সকলোৱে বুজি নাপায়, তেনে গীত আৰু ছবিক কোনেও ভাল নাপায়। (খ) সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে?উঃ সদায় কাণেৰে শুনা সৰু কথাটিয়েও আমাৰ প্ৰাণ টানি ধৰে যেতিয়া ইয়াক গীতৰ আধাৰত পৰিৱেশন কৰা হয় । (গ) […]

Class 9 Assamese Chapter-3 | গীত আৰু ছবি Read More »

শিশুলীলা

Class 9 Assamese Chapter-1 | শিশুলীলা

শিশুলীলা দিনেক যশোদা নন্দ জায়া ।আপুনি মথন্ত দধি গৈয়া ।।কৃষ্ণৰ শৈশৱ লীলাক স্মৰি।কৃষ্ণগীত গাৱন্ত সুন্দৰী ।।ক্ষৌম বস্ত পিন্ধি দিব্য কাছে ।কটিত মেখেলা বান্ধি আছে ।।পুত্ৰস্নেহে স্ৰৱে দুয়ো স্তন ।আজোড়ন্তে লড়ে ঘনে ঘন ।।ৰুণ ঝুণ কেয়ূৰ ককণ ।শ্ৰম জলে উজ্জ্বল বদন ।।কণত কুন্তল দোলে আতি ।খসি পড়ে খোপাৰ মালতি ।।এহিমতেমতে মথন্তে প্ৰয়াসি ।মাৱক ধৰিলা কৃষ্ণে আসি

Class 9 Assamese Chapter-1 | শিশুলীলা Read More »

Sankaradeva

বৰগীত- Class 10 Poem Assamese Medium

বৰগীত কবিতা হৰি হেৰৰে বাপ পশিললা শৰণে । নেৰিবা বান্ধৱ মােক জীৱনে মৰণে ।।  সনক সনন্দ যােগী যাহাকু ধিয়ায় ।  সকল নিগমে যাক বিচাৰি নপায় ।।  সহস্র বয়নে যাৰ নপাৱন্ত সীমা ।।  অধমে জানিবাে কেনে তােমাৰ মহিমা ।।  আতুৰ ভৈলােহে হৰি বিষয় বিকলে ।  কৰিয়ে উদ্ধাৰ মােক চৰণ কমলে ।।  তােমাৰ চৰণ দুই মােৰ মহা ধন

বৰগীত- Class 10 Poem Assamese Medium Read More »

error

Enjoy this blog? Please spread the word :)

Scroll to Top