seba notes

পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন

Class 9 Assamese Ch-10 | পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন

পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন- পাঠভিত্তিক প্রশ্নোত্তৰ ভাব বিষয়ক :- ১। চমুকৈ উত্তৰ লিখা : (ক) ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম কত হৈছিল? উত্তৰঃ ৰাজপুত বীৰ মহাৰাণী প্ৰতাপৰ জন্ম ৰাজস্থানৰ উদয়পুৰত হৈছিল। (খ) পিপলান্ত্ৰি গাঁওখন ক’ত অৱস্থিত? উত্তৰঃ পিপলান্ত্ৰি গাঁওখন ৰাজস্থানৰ ৰাজছমন্দ নামৰ জিলাখনত অৱস্থিত। (গ) কিহৰ বাবে পিপলান্ত্রি গাঁওখনে ‘গ্রীণিজ ৱৰ্ল্ড ৰেকৰ্ড’ছত স্থান পাইছিল ? উত্তৰঃ […]

Class 9 Assamese Ch-10 | পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন Read More »

ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য

Class 9 Assamese Ch-9 | ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য

অতি চমু উত্তৰ দিয়া (ক) প্রাগ ঐতিহাসিক যুগত যিসকল ভাৰতীয় লােক পৰ্বতৰ গুহা বা গছৰ ধােন্দত বাস কৰিছিল তেওঁলােকক কি বােলা হৈছিল ?উত্তৰঃ আদিম অধিবাসী বােলা হৈছিল। (খ) বুদ্ধদেৱৰ আচল নাম কি ?উত্তৰ গৌতম, সিদ্ধার্থ আৰু শাক্যসিংহ। (গ) মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্রণেতা কোন?উত্তৰঃ বেদব্যাস। (ঘ) কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?উত্তৰঃ কনিষ্ক। (ঙ) জৈনধৰ্মৰ

Class 9 Assamese Ch-9 | ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য Read More »

প্রাচীন ভাৰতীয় শিক্ষা

Class 10 Assamese Ch-16 । প্রাচীন ভাৰতীয় শিক্ষা

প্রাচীন ভাৰতীয় শিক্ষা- সাৰাংশ ‘প্ৰাচীন ভাৰতৰ শিক্ষা’ পাঠটিৰ মূল উদেশ্য হ’ল- প্ৰাচীন ভাৰতৰ শিক্ষা দানৰ বাবে তক্ষশীলা শ্ৰীধান্যকটক নালন্দা উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী নানেৰে দুখন বিশ্ববিদ্যালয় আছিলে । বিদ্যালয় নিৰ্বিশেষে হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষা প্ৰদান কৰা হয় । বিভিন্ন বিদ্যালয়ত তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ , ব্যাকৰণ, দৰ্শনশাস্ত্ৰ ,আত্মাবিদ্যা,বেদ আদি বিষয়ৰ বিদ্যা দিয়া হয় । আৰ্য শিক্ষাৰ

Class 10 Assamese Ch-16 । প্রাচীন ভাৰতীয় শিক্ষা Read More »

বিষাদ যোগ

Class 10 Assamese Ch-15 । বিষাদ যোগ

বিষাদ যোগ- চমু প্ৰশ্ন উত্তৰ ক) মহাৰথী কাক বোলে? উত্তৰ : যি একে দশ সহস্ৰ ধানুকীক মুঝকৈ তাক মহাৰথী বোলে। (অৰ্থাৎ যিয়ে একেলগে দহ হাজাৰ ধনুধাৰৰ সৈতে যুদ্ধ কৰিব পাৰে তাক মহাৰথী বোলে) । খ) কৌৰৱৰ বিশিষ্ট সেনাপতি সকলৰ নাম লিখা? উত্তৰ :কৌৰৱৰ বিশিষ্ট সেনাপতি সকলৰ নাম হৈছে – গুৰু দ্ৰোণাচাৰ্য, ভীষ্ম পিতামহ, কৰ্ণ মহাৰথী, কৃপ অগ্ৰগণী,

Class 10 Assamese Ch-15 । বিষাদ যোগ Read More »

ধৰ ঝাৰু ধৰ ভাই

Class 10 Assamese Chapter-14 | ধৰ ঝাৰু ধৰ ভাই

ধৰ ঝাৰু ধৰ ভাই ধৰ ঝাডু ধৰ ভাই !আৰু চাবৰ সময় নাই-চাই থাকোঁতে মুখত কেৱলভৰিল কাজল-ছাই । সাতাম পুৰুষৰআহা! সোণৰ চোতাল ঘৰকত যুগৰ ভূঁহুৰ পৰিআছে যে পোত খাই । কৰিলিতো ইমান দিনেপৰ গোলামি হীনে-ঘিণে-পূজা দিলি পৰ চৰণতজীৱন ঢালি ধাৰে-ঋণে-হ’ল এৱে তোৰ সময় হ’বৰজাতিৰ ঝাডুদাৰ যে ভাই । হিংসা-দ্বেষৰ, ভেদাভেদৰ,ঘৃণা-ঘৃণি স্বার্থ ভেমৰকত যে কি মলি-মামৰভৰি জাতিৰ

Class 10 Assamese Chapter-14 | ধৰ ঝাৰু ধৰ ভাই Read More »

পাৰস্যত এভুমুকি

Class 10 Assamese Ch-12 | পাৰস্যত এভুমুকি

পাৰস্যত এভুমুকি- চমু উত্তৰ ক) লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটে কত অৱস্থিত? উত্তৰঃ – লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ বিগটো পাৰস্য উপসাগৰত অৱস্থিত। খ) বুশ্বেৰ কি? উত্তৰঃ– ‘বুশ্বেৰ’ এক বন্দৰ নগৰী। গ) বুশ্বেৰত হেলিকপ্টাৰৰ পৰানমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল ? উত্তৰঃ–  বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত আছিল মেহদি আৰু ঘাছেম। ঘ) বুশ্বেৰ বিমান বন্দৰটোক

Class 10 Assamese Ch-12 | পাৰস্যত এভুমুকি Read More »

ইণ্টাৰনেটৰ তিতা মিঠা

Class 10 Assamese Chapter-9 | ইণ্টাৰনেটৰ তিতা মিঠা

ইণ্টাৰনেটৰ তিতা মিঠা চমু উত্তৰ ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল? উত্তৰঃ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱা বাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল। খ) ইন্টাৰনেট কি? উত্তৰঃ ইন্টাৰনেট হল – কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। ইয়াক চমুকৈ নেট (Net) বুলিও কোৱা হয়। গ) কুঁৱলীয়ে প্ৰথমে কালৈ ই– মেইল কৰিছিল? উত্তৰঃ কুঁৱলীয়ে প্ৰথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই- মেইল কৰিছিল। ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল? উত্তৰঃ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ

Class 10 Assamese Chapter-9 | ইণ্টাৰনেটৰ তিতা মিঠা Read More »

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

Class 10 Assamese Ch-8 | অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি অতি চমু উত্তৰ ক) ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?  উত্তৰ:- ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হল – মংগোলীয় গোষ্ঠী। খ) প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? উত্তৰ:- প্ৰাচীন কালৰে পৰা অসম দেশ যাদু- মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল। গ)কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? উত্তৰ:- ভাষিক সংমিশ্ৰণে অসমীয়া

Class 10 Assamese Ch-8 | অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Read More »

error

Enjoy this blog? Please spread the word :)

Scroll to Top