Class 9 Assamese

Class-9 Assamese Question Answer| Chapter-12| লোক সংস্কৃতি

Class-9 Assamese Chapter-12 | লোক সংস্কৃতি

পাঠভিত্তিক প্রশ্নোত্তৰ:- ভাব বিষয়ক :- তলৰ প্ৰশ্নসমূহৰ অতি চমুকৈ উত্তৰ লিখা : (ক) লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয়?  উত্তৰঃ লোককৃষ্টিৰ সাধাৰণ উত্তৰণক লোকসংস্কৃতি বোলা হয় । (খ) লোকসমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ? উত্তৰঃ লোকসমাজত পুৰণি দিনৰ কথাৰ অধিক সমাদৰ। (গ) লোককৃষ্টি কাক বোলা হয় ? উত্তৰঃ লোক বা জনৰ যি আচাৰ-অনুষ্ঠান, গীত-পদ, নৃত্য-নাচ, […]

Class-9 Assamese Chapter-12 | লোক সংস্কৃতি Read More »

Class-9 Assamese Question Answer| Chapter-11| যুঁজ

Class-9 Assamese Chapter-11| যুঁজ Question Answer

Class-9 Assamese Chapter-11| যুঁজ Question Answer পাঠভিত্তিক প্রশ্নোত্তৰ:- ভাব বিষয়ক :- অতি চমুকৈ উত্তৰ লিখা : (ক) কাৰ বেগৰ পৰা টকা চুৰ হৈছিল? উত্তৰঃ প্ৰশাস্তৰ বেগৰ পৰা টকা চুৰি হৈছিল। (খ) সিদ্ধাৰ্থহঁতৰ শ্রেণী শিক্ষকগৰাকীৰ নাম কি? উত্তৰঃ সিদ্ধাৰ্থহঁতৰ শ্রেণী শিক্ষকগৰাকীৰ নাম আছিল মহেন্দ্ৰ মাষ্টৰ৷ (গ) নির্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল? উত্তৰঃ নির্মলে সিদ্ধাৰ্থক বিচাৰি দোকানলৈ গৈছিল।

Class-9 Assamese Chapter-11| যুঁজ Question Answer Read More »

পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন

Class 9 Assamese Ch-10 | পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন

পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন- পাঠভিত্তিক প্রশ্নোত্তৰ ভাব বিষয়ক :- ১। চমুকৈ উত্তৰ লিখা : (ক) ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম কত হৈছিল? উত্তৰঃ ৰাজপুত বীৰ মহাৰাণী প্ৰতাপৰ জন্ম ৰাজস্থানৰ উদয়পুৰত হৈছিল। (খ) পিপলান্ত্ৰি গাঁওখন ক’ত অৱস্থিত? উত্তৰঃ পিপলান্ত্ৰি গাঁওখন ৰাজস্থানৰ ৰাজছমন্দ নামৰ জিলাখনত অৱস্থিত। (গ) কিহৰ বাবে পিপলান্ত্রি গাঁওখনে ‘গ্রীণিজ ৱৰ্ল্ড ৰেকৰ্ড’ছত স্থান পাইছিল ? উত্তৰঃ

Class 9 Assamese Ch-10 | পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন Read More »

অন্ধবিশ্বাস আৰু কুসংস্কাৰ

Class 9 Assamese Chapter-8 | অন্ধবিশ্বাস আৰু কুসংস্কাৰ

অন্ধবিশ্বাস আৰু কুসংস্কাৰ শব্দার্থ আৰু টোকা অপদেবতা – অহিত বা অকাৰ সধা দেৱতা; ভূত-প্রেত।অবাঞ্ছিত –যিটো বাঞ্ছা কৰা নহয়; বিচৰা নহয়।ইতিবাচক–সন্মতি সূচককলুষিত —কলংকিত; কলংকযুক্ত।গতিৰােধক —গতিক বাধা দিয়া ব্যৱস্থা।দেহাবয়ব —দেহৰ গঠন; দেহৰ অৱয়ব।নেতিবাচক— ইতিবাচকৰ বিপৰীত। অসন্মতি সূচক।প্রতিকূলতা— বাধা, বিপৰীত অৱস্থা।প্রমূল্য—মানদণ্ড।বন্দিত —যাক বন্দনা কৰা হয়; পূজনীয়।বড়ি —ঔষধৰ সৰু-ঘূৰণীয়া গুটি।ভ্রান্ত বিশ্বাস—ভুল ধাৰণা।মনস্তাত্ত্বিক- মনৰ প্রকৃতি সম্পৰ্কীয়। ১। চমু উত্তৰ দিয়া

Class 9 Assamese Chapter-8 | অন্ধবিশ্বাস আৰু কুসংস্কাৰ Read More »

সময় Class 9 Question Answer

Class 9 Assamese Chapter-7 | সময়

সময়- পাঠভিত্তিক প্রশ্নোত্তৰ  শব্দার্থ আৰু টোকা যুগ– সময়ৰ এটা ভাগ; বাৰ বছৰ।প্রৱর্তন – প্রচলন, স্থাপন।কিংবদন্তি– জনশ্রুতি, মুখে মুখে চলি তাহা।নিৰূপণ– নির্ণয়, নির্ধাৰণ, ঠিক।উদ্ভৱ– সৃষ্টি, উৎপন্ন, জন্ম।সম্ভেদ– উমান, গম।জালি -দিয়া ধলপুৱাতে চৰায়ে মতা।ৰিং– উকি, চিঞৰ, গেৰি।।চকু-পচাৰতে নিমিষতে, তৎক্ষণাতে।।সদ্ব্যৱহাৰ– সঠিক মতে কৰা ব্যৱহাৰ।মালঘৰ– মানুহ বহি কথা-বতৰা পাতা ঘৰ; বহাঘৰ।অমূল্য— যাক মূল্য দিলেও পােৱা নাযায়।সিন্ধি– চোৰ সােমাবলৈ কৰা সুৰংগ।কল্প– পুৰাণ

Class 9 Assamese Chapter-7 | সময় Read More »

অন্যৰ প্ৰতি ব্যৱহাৰ

Class 9 Assamese Chapter-6 | অন্যৰ প্ৰতি ব্যৱহাৰ

অন্যৰ প্ৰতি ব্যৱহাৰ- শব্দার্থ আৰু টোকা অনুপান→আনুষঙ্গিক উপাদান, লগত অনা বা দিয়া বস্তু।আটক→ বাধা।চাটুকাৰ→ছলাহী কথাৰে আনৰ অন্তৰ জয় কৰা মানুহ।প্রৌঢ়ী→জনাজাত, ব্যক্ত, প্ৰচাৰ।ব্যৱহাৰ→আচৰণ।ভাজন→পাত্র।দুলাহী→ ঠগ কথা বা আচৰণ, প্রবঞ্চনা কৰা।উলাই →অবজ্ঞাকেটে→কঠুৱা, টান, কর্কশ।অর্বুদ→ দহ কোটি (সংখ্যা বিশেষ)নিমিষতে →তৎক্ষণাত, খন্তেকতে।দম্ভালি→ অহংকাৰ, মই বৰ ভাৱ, নিজেই বৰ ডাঙৰবাৰৰ জানালােক এনেভাৱ।বিনীত→ স্বভাৱ, শান্ত-শিষ্ট।বখনা→প্রশংসা কৰা।মহত্ত্ব→উচ্চতা, গৰিষ্ঠতা।দুৰাচাৰ →বেয়া আচৰণৰ।সুচল→ সুবিধা, সুযােগ।সজাতী →বিশ্বাসী,

Class 9 Assamese Chapter-6 | অন্যৰ প্ৰতি ব্যৱহাৰ Read More »

প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক

Class 9 Assamese Ch-4 | প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক

প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক ‘তোমাৰ প্ৰাপ্য কি কোৱা ?’মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে কʼলো –‘তোমাৰ শক্তিখিনি দিয়াঁ।’বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কʼলে –‘তোমাৰ কাম্য কি কোৱাঁ ?’মই কʼলোঁ ব্ৰজক, তোমাৰ শক্তিশালীউদাত্ত কণ্ঠটি দিয়াঁ।এদিন আকাশে কʼলে : ‘জনৈক গীতিকাৰেঅকণি আকাশ দেখোঁ মাগে ।’তুমি কিয় আজি বাৰুকম্পিত কণ্ঠেৰেমাগিছাঁ সৰ্বাকাশ সত্তা ?মই কʼলোঁ, ‘তুমিয়েতে কৈছিলাঁ ৰাতিপুৱাযিমানে বিলাই দিবা, সিমানে

Class 9 Assamese Ch-4 | প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক Read More »

গীত আৰু ছবি

Class 9 Assamese Chapter-3 | গীত আৰু ছবি

চমু উত্তৰ দিয়া (ক) কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে?উঃ যি গীত আৰু ছবিৰ অৰ্থ সকলোৱে বুজি নাপায়, তেনে গীত আৰু ছবিক কোনেও ভাল নাপায়। (খ) সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে?উঃ সদায় কাণেৰে শুনা সৰু কথাটিয়েও আমাৰ প্ৰাণ টানি ধৰে যেতিয়া ইয়াক গীতৰ আধাৰত পৰিৱেশন কৰা হয় । (গ)

Class 9 Assamese Chapter-3 | গীত আৰু ছবি Read More »

error

Enjoy this blog? Please spread the word :)

Scroll to Top