অন্ধবিশ্বাস আৰু কুসংস্কাৰ

Class 9 Assamese Chapter-8 | অন্ধবিশ্বাস আৰু কুসংস্কাৰ

অন্ধবিশ্বাস আৰু কুসংস্কাৰ শব্দার্থ আৰু টোকা অপদেবতা – অহিত বা অকাৰ সধা দেৱতা; ভূত-প্রেত।অবাঞ্ছিত –যিটো বাঞ্ছা কৰা নহয়; বিচৰা নহয়।ইতিবাচক–সন্মতি সূচককলুষিত —কলংকিত; কলংকযুক্ত।গতিৰােধক —গতিক বাধা দিয়া ব্যৱস্থা।দেহাবয়ব —দেহৰ গঠন; দেহৰ অৱয়ব।নেতিবাচক— ইতিবাচকৰ বিপৰীত। অসন্মতি সূচক।প্রতিকূলতা— বাধা, বিপৰীত অৱস্থা।প্রমূল্য—মানদণ্ড।বন্দিত —যাক বন্দনা কৰা হয়; পূজনীয়।বড়ি —ঔষধৰ সৰু-ঘূৰণীয়া গুটি।ভ্রান্ত বিশ্বাস—ভুল ধাৰণা।মনস্তাত্ত্বিক- মনৰ প্রকৃতি সম্পৰ্কীয়। ১। চমু উত্তৰ দিয়া […]

Class 9 Assamese Chapter-8 | অন্ধবিশ্বাস আৰু কুসংস্কাৰ Read More »