অসমীয়া

প্ৰশস্তি

প্ৰশস্তি- Class 10 Poem Assamese Medium

প্রশস্তি উষাৰ কুঙ্কুম ৰাগে ৰঞ্জিলে বসুধাদশােদিশ উদ্ভাসিত কৰি, নৱ কিশলয়দলে চামৰ ধুলাইপ্রকৃতিক আনিলে সাদৰি। কবি চিত্তহাৰী যত ফুল্ল কুসুমৰআনন্দত প্রাণ টমমলমন্দিৰৰ উপেক্ষিত ৰবাব ফুলেওদিছে যাচি প্রেম-পৰিমল। উঠে তৰু শিৰে শিৰে বন-বিহঙ্গৰছন্দভৰা সুমধুৰ তান— জল স্থল অন্তৰীক্ষ সকলােতে যেনদেৱতাৰ মহা অভিযান। কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদশেষ হ’ল মহা কালৰাত্রি, উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র,উঠা যত মুক্তি পথযাত্রী। মােহন কীচক বেণু অনাহত ছন্দেগায় […]

প্ৰশস্তি- Class 10 Poem Assamese Medium Read More »

Sankaradeva

বৰগীত- Class 10 Poem Assamese Medium

বৰগীত কবিতা হৰি হেৰৰে বাপ পশিললা শৰণে । নেৰিবা বান্ধৱ মােক জীৱনে মৰণে ।।  সনক সনন্দ যােগী যাহাকু ধিয়ায় ।  সকল নিগমে যাক বিচাৰি নপায় ।।  সহস্র বয়নে যাৰ নপাৱন্ত সীমা ।।  অধমে জানিবাে কেনে তােমাৰ মহিমা ।।  আতুৰ ভৈলােহে হৰি বিষয় বিকলে ।  কৰিয়ে উদ্ধাৰ মােক চৰণ কমলে ।।  তােমাৰ চৰণ দুই মােৰ মহা ধন

বৰগীত- Class 10 Poem Assamese Medium Read More »

error

Enjoy this blog? Please spread the word :)

Scroll to Top