class 9 all question answer

মোৰ দেশ

Class 9 Assamese Chapter-5 | মোৰ দেশ

মোৰ দেশ মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ ।মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচেশ‍ইচ-সোনোৱালী ভৱিষ্যতৰ সপোন । মোৰ জীৱনৰ আহেঁ আহেঁমোৰ যৌৱনৰ কোহেঁ-কোহেঁ সেই সপোনৰ কলৰোল । দেশে-দেশে দেশ আছে । এনে বহু দেশৰ অৰঙে-দৰঙেম‍ই ঘূৰিছোঁ । বহু বন্ধুৰ সতে হাতে-হাত ধৰি ফুৰিছোঁ ।কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, …

Class 9 Assamese Chapter-5 | মোৰ দেশ Read More »

শিশুলীলা

Class 9 Assamese Chapter-1 | শিশুলীলা

শিশুলীলা দিনেক যশোদা নন্দ জায়া ।আপুনি মথন্ত দধি গৈয়া ।।কৃষ্ণৰ শৈশৱ লীলাক স্মৰি।কৃষ্ণগীত গাৱন্ত সুন্দৰী ।।ক্ষৌম বস্ত পিন্ধি দিব্য কাছে ।কটিত মেখেলা বান্ধি আছে ।।পুত্ৰস্নেহে স্ৰৱে দুয়ো স্তন ।আজোড়ন্তে লড়ে ঘনে ঘন ।।ৰুণ ঝুণ কেয়ূৰ ককণ ।শ্ৰম জলে উজ্জ্বল বদন ।।কণত কুন্তল দোলে আতি ।খসি পড়ে খোপাৰ মালতি ।।এহিমতেমতে মথন্তে প্ৰয়াসি ।মাৱক ধৰিলা কৃষ্ণে আসি …

Class 9 Assamese Chapter-1 | শিশুলীলা Read More »

https://amzn.to/3UgE0kL