seba class 10

প্রাচীন ভাৰতীয় শিক্ষা

Class 10 Assamese Ch-16 । প্রাচীন ভাৰতীয় শিক্ষা

প্রাচীন ভাৰতীয় শিক্ষা- সাৰাংশ ‘প্ৰাচীন ভাৰতৰ শিক্ষা’ পাঠটিৰ মূল উদেশ্য হ’ল- প্ৰাচীন ভাৰতৰ শিক্ষা দানৰ বাবে তক্ষশীলা শ্ৰীধান্যকটক নালন্দা উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী নানেৰে দুখন বিশ্ববিদ্যালয় আছিলে । বিদ্যালয় নিৰ্বিশেষে হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষা প্ৰদান কৰা হয় । বিভিন্ন বিদ্যালয়ত তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ , ব্যাকৰণ, দৰ্শনশাস্ত্ৰ ,আত্মাবিদ্যা,বেদ আদি বিষয়ৰ বিদ্যা দিয়া হয় । আৰ্য শিক্ষাৰ […]

Class 10 Assamese Ch-16 । প্রাচীন ভাৰতীয় শিক্ষা Read More »

ধৰ ঝাৰু ধৰ ভাই

Class 10 Assamese Chapter-14 | ধৰ ঝাৰু ধৰ ভাই

ধৰ ঝাৰু ধৰ ভাই ধৰ ঝাডু ধৰ ভাই !আৰু চাবৰ সময় নাই-চাই থাকোঁতে মুখত কেৱলভৰিল কাজল-ছাই । সাতাম পুৰুষৰআহা! সোণৰ চোতাল ঘৰকত যুগৰ ভূঁহুৰ পৰিআছে যে পোত খাই । কৰিলিতো ইমান দিনেপৰ গোলামি হীনে-ঘিণে-পূজা দিলি পৰ চৰণতজীৱন ঢালি ধাৰে-ঋণে-হ’ল এৱে তোৰ সময় হ’বৰজাতিৰ ঝাডুদাৰ যে ভাই । হিংসা-দ্বেষৰ, ভেদাভেদৰ,ঘৃণা-ঘৃণি স্বার্থ ভেমৰকত যে কি মলি-মামৰভৰি জাতিৰ

Class 10 Assamese Chapter-14 | ধৰ ঝাৰু ধৰ ভাই Read More »

কানাইৰ চাতুৰী

Class 10 Assamese Ch-13 | কানাইৰ চাতুৰী

কানাইৰ চাতুৰী- অতি চমু উত্তৰ ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল ?উত্তৰঃ কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কৃষ্ণৰ লগৰীয়া গোপশিশুবোৰে আহি যশোদাক কৈছিল। খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল ?উত্তৰঃ মাকৰ ওপৰত মিছা অভিমান কৰি কৃষ্ণই চাৰি–পাঁচদিনলৈকে টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল। গ) দেৱতাসকলক

Class 10 Assamese Ch-13 | কানাইৰ চাতুৰী Read More »

অৰণ্য যাত্ৰা

Class 10 Assamese Ch-11 | অৰণ্য যাত্ৰা

অৰণ্য যাত্ৰা- চমু উত্তৰ (ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল? উত্তৰ:- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। (খ) পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে? উত্তৰ:- পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে। (ঘ) লৰ্ড কাৰ্জন কোন? উত্তৰ:- লৰ্ড কাৰ্জন হল ইংৰাজ ভাইচৰয়। ( গ ) পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল? উত্তৰ:- ঘৰ

Class 10 Assamese Ch-11 | অৰণ্য যাত্ৰা Read More »

অৰুণিমা সিনহা

Class 10 Assamese Chapter-10 | অৰুণিমা সিনহা

অৰুণিমা সিনহা- চমু উত্তৰ (ক) অৰুণিমা সিনহাৰ কোন বিধ খেলত বিশেষ দক্ষতা আছিল?  উত্তৰঃ অৰুণিমা সিনহাৰ  ভলীবল খেলত বিশেষ দক্ষতা আছিল। (খ) অৰুনিমা সিনহাৰ ঘৰ কত আছিল? উত্তৰঃ অৰুনিমা সিনহাৰ ঘৰ  উত্তৰ প্ৰদেশত আছিল। (গ) হস্পিতালত থাঁকোতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰোপ লৈছিল? উত্তৰঃ হস্পিতালত থাঁকোতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ  সপোনে তীব্ৰ ৰোপ লৈছিল। (ঘ) চিকিতসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? উত্তৰঃ চিকিতসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বতাৰোহনৰ প্ৰশিক্ষণৰ বাবে বাচেন্দ্ৰি পালক লগ ধৰিছিল কিয়নো অৰুণিমাৰ আছিল পৃথিৱীৰ শীৰ্ষতম স্থানত অৰ্থাত এভাৰেষ্টত থিয় হোৱাৰ তীব্ৰ

Class 10 Assamese Chapter-10 | অৰুণিমা সিনহা Read More »

ভাৰতীয় সংস্কৃতি

Class 10 Assamese Chapter-7 | ভাৰতীয় সংস্কৃতি

ভাৰতীয় সংস্কৃতি- সাৰাংশ ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্ধয়ৰ সংস্কৃতি যুগ যুগ ধৰি আৰ্য ,অনাৰ্য , মংগোলীয় , দ্ৰাবিড়ী আদি বিভিন্ন গোষ্ঠী সংস্কৃতি লগ হৈ ভাৰতীয় সংস্কৃতি ৰচিত হৈছে। অতিজতে প্ৰীক,হুন,শক আদি নানা জনগোষ্ঠীৰ মানুহে ভাৰতলৈ আহি বসবাস কৰিছিল। ভাষণ , সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন দিশ , বিশেষকৈ শিল্পকলা দৰ্শন ভাস্কৰ্য , ৰাজনৈতিক আদৰ্শ , চিএ কলা আদি

Class 10 Assamese Chapter-7 | ভাৰতীয় সংস্কৃতি Read More »

ছাত্ৰ জীৱন আৰু সমাজসেৱা

Class 10 Assamese Lesson-6 | ছাত্ৰ জীৱন আৰু সমাজসেৱা

ছাত্ৰ জীৱন আৰু সমাজসেৱা 1. চমুকৈ উত্তৰ লিখা ক) লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি? উত্তৰঃ লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হল – ছাত্ৰ-ছাত্ৰীয়ে কি কি কাম কৰিলে মানুহ জনম ধৰা সাৰ্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হব পাৰি, এনেবিলাক বিষয়ৰ জ্ঞান অৰ্জন কৰাই হৈছে ছাত্ৰ জীৱনৰ মূল উদ্দেশ্য। খ) বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ কি কি? উত্তৰঃ বৰ্তমান প্ৰচলিত শিক্ষা কামৰ শিক্ষা নহয়, এয়ে ইয়াৰ

Class 10 Assamese Lesson-6 | ছাত্ৰ জীৱন আৰু সমাজসেৱা Read More »

error

Enjoy this blog? Please spread the word :)

Scroll to Top