class ix assamese

পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন

Class 9 Assamese Ch-10 | পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন

পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন- পাঠভিত্তিক প্রশ্নোত্তৰ ভাব বিষয়ক :- ১। চমুকৈ উত্তৰ লিখা : (ক) ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম কত হৈছিল? উত্তৰঃ ৰাজপুত বীৰ মহাৰাণী প্ৰতাপৰ জন্ম ৰাজস্থানৰ উদয়পুৰত হৈছিল। (খ) পিপলান্ত্ৰি গাঁওখন ক’ত অৱস্থিত? উত্তৰঃ পিপলান্ত্ৰি গাঁওখন ৰাজস্থানৰ ৰাজছমন্দ নামৰ জিলাখনত অৱস্থিত। (গ) কিহৰ বাবে পিপলান্ত্রি গাঁওখনে ‘গ্রীণিজ ৱৰ্ল্ড ৰেকৰ্ড’ছত স্থান পাইছিল ? উত্তৰঃ […]

Class 9 Assamese Ch-10 | পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন Read More »

ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য

Class 9 Assamese Ch-9 | ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য

অতি চমু উত্তৰ দিয়া (ক) প্রাগ ঐতিহাসিক যুগত যিসকল ভাৰতীয় লােক পৰ্বতৰ গুহা বা গছৰ ধােন্দত বাস কৰিছিল তেওঁলােকক কি বােলা হৈছিল ?উত্তৰঃ আদিম অধিবাসী বােলা হৈছিল। (খ) বুদ্ধদেৱৰ আচল নাম কি ?উত্তৰ গৌতম, সিদ্ধার্থ আৰু শাক্যসিংহ। (গ) মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্রণেতা কোন?উত্তৰঃ বেদব্যাস। (ঘ) কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?উত্তৰঃ কনিষ্ক। (ঙ) জৈনধৰ্মৰ

Class 9 Assamese Ch-9 | ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য Read More »

মোৰ দেশ

Class 9 Assamese Chapter-5 | মোৰ দেশ

মোৰ দেশ মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ ।মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচেশ‍ইচ-সোনোৱালী ভৱিষ্যতৰ সপোন । মোৰ জীৱনৰ আহেঁ আহেঁমোৰ যৌৱনৰ কোহেঁ-কোহেঁ সেই সপোনৰ কলৰোল । দেশে-দেশে দেশ আছে । এনে বহু দেশৰ অৰঙে-দৰঙেম‍ই ঘূৰিছোঁ । বহু বন্ধুৰ সতে হাতে-হাত ধৰি ফুৰিছোঁ ।কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত,

Class 9 Assamese Chapter-5 | মোৰ দেশ Read More »

প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক

Class 9 Assamese Ch-4 | প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক

প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক ‘তোমাৰ প্ৰাপ্য কি কোৱা ?’মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে কʼলো –‘তোমাৰ শক্তিখিনি দিয়াঁ।’বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কʼলে –‘তোমাৰ কাম্য কি কোৱাঁ ?’মই কʼলোঁ ব্ৰজক, তোমাৰ শক্তিশালীউদাত্ত কণ্ঠটি দিয়াঁ।এদিন আকাশে কʼলে : ‘জনৈক গীতিকাৰেঅকণি আকাশ দেখোঁ মাগে ।’তুমি কিয় আজি বাৰুকম্পিত কণ্ঠেৰেমাগিছাঁ সৰ্বাকাশ সত্তা ?মই কʼলোঁ, ‘তুমিয়েতে কৈছিলাঁ ৰাতিপুৱাযিমানে বিলাই দিবা, সিমানে

Class 9 Assamese Ch-4 | প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক Read More »

গীত আৰু ছবি

Class 9 Assamese Chapter-3 | গীত আৰু ছবি

চমু উত্তৰ দিয়া (ক) কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে?উঃ যি গীত আৰু ছবিৰ অৰ্থ সকলোৱে বুজি নাপায়, তেনে গীত আৰু ছবিক কোনেও ভাল নাপায়। (খ) সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে?উঃ সদায় কাণেৰে শুনা সৰু কথাটিয়েও আমাৰ প্ৰাণ টানি ধৰে যেতিয়া ইয়াক গীতৰ আধাৰত পৰিৱেশন কৰা হয় । (গ)

Class 9 Assamese Chapter-3 | গীত আৰু ছবি Read More »

শিশুলীলা

Class 9 Assamese Chapter-1 | শিশুলীলা

শিশুলীলা দিনেক যশোদা নন্দ জায়া ।আপুনি মথন্ত দধি গৈয়া ।।কৃষ্ণৰ শৈশৱ লীলাক স্মৰি।কৃষ্ণগীত গাৱন্ত সুন্দৰী ।।ক্ষৌম বস্ত পিন্ধি দিব্য কাছে ।কটিত মেখেলা বান্ধি আছে ।।পুত্ৰস্নেহে স্ৰৱে দুয়ো স্তন ।আজোড়ন্তে লড়ে ঘনে ঘন ।।ৰুণ ঝুণ কেয়ূৰ ককণ ।শ্ৰম জলে উজ্জ্বল বদন ।।কণত কুন্তল দোলে আতি ।খসি পড়ে খোপাৰ মালতি ।।এহিমতেমতে মথন্তে প্ৰয়াসি ।মাৱক ধৰিলা কৃষ্ণে আসি

Class 9 Assamese Chapter-1 | শিশুলীলা Read More »

error

Enjoy this blog? Please spread the word :)

Scroll to Top