assamese medium notes

প্ৰগতিৰ সোণালী বাট

Class 8 Assamese | অংকুৰণ Chapter 6 | প্ৰগতিৰ সোণালী বাট

প্ৰগতিৰ সোণালী বাট ২। উত্তৰ দিয়া।ক) হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে–লোকাৰণ্য হোৱাৰ কাৰণ কি ?উত্তৰ: অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী পাতিছিল কাৰণেই হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে–লোকাৰণ্য হৈ আছিল | খ) প্রদর্শনীখন কোনে পাতিছিল?উত্তৰ: অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী পাতিছিল | (গ) মানুহে ভিৰ কৰা বিপণিখনত কি প্ৰদৰ্শন কৰা হৈছিল?উত্তৰ: মানুহে ভিৰ কৰা বিপণিখনত এড়ী – পলু […]

Class 8 Assamese | অংকুৰণ Chapter 6 | প্ৰগতিৰ সোণালী বাট Read More »

ভক্ত প্ৰহ্লাদ

Class 8 Assamese Chapter 5 | ভক্ত প্ৰহ্লাদ

১। উত্তৰ দিয়াঃক) ‘ভক্ত প‌্ৰহ্লাদ’ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা।উত্তৰঃ ‘ভক্ত প্ৰহ্লাদ’ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম হ’ল—-* হৰি (ত্ৰিজগতৰ ত্ৰাণকৰ্তা, ভক্তবৃন্দৰ উপাস্য দেৱতা)* হিৰণ্যকশিপু (দৈত্যৰাজ, হৰিৰ চিৰবৈৰী)* প্ৰহ্লাদ ( হিৰণ্যকশিপুৰ পুত্ৰ, ভগৱানৰ একান্ত ভক্ত)* ষণ্ডাৰ্মক (দৈত্য-গুৰু)* মহাৰাণী (হিৰণ্যকশিপুৰ পত্নী,দৈত্যৰাণী)খ) নাটিকাখনি কেইটা দৃশ্যত বিভক্ত?উত্তৰঃ নাটিকাখনি পাঁচটা দৃশ্যত বিভক্ত।গ) প্ৰহ্লাদৰ পিতৃৰ নাম কি?উত্তৰঃ প্ৰহ্লাদৰ পিতৃৰ নাম হিৰণ্যকশিপু।ঘ) হিৰণ্যকশিপুৰ ভ্ৰাতৃৰ নাম

Class 8 Assamese Chapter 5 | ভক্ত প্ৰহ্লাদ Read More »

জাগা জননীৰ সন্তান

Class 8 Assamese Chapter 4 | জাগা জননীৰ সন্তান

জাগা জননীৰ সন্তান Class VIII All Question Answer ৩) উত্তৰ দিয়াঃ ক) কবিয়ে কাক জাগি উঠিবলৈ কৈছে? উত্তৰঃ কবিয়ে দেশ মাতৃৰ সন্তান সকলক জাগি উঠিবলৈ কৈছে। খ) দুৰ্জ্জয় অভিযান বুলি কি বুজাইছে? উত্তৰঃ মৃত্যুক জয় কৰি দেশৰ গৌৰৱ অক্ষুন্ন ৰখাকে দুৰ্জ্জয় অভিযান বুলি কৈছে। গ) দুৰ্জ্জয়ৰ অভিযানেৰে কি কৰিবলৈ কৈছে? উত্তৰঃ দুৰ্জ্জয় অভিযানেৰে মৃত্যুক গছকি দেশ মাতৃৰ জয়

Class 8 Assamese Chapter 4 | জাগা জননীৰ সন্তান Read More »

এন্ ফ্রাঙ্কৰ ডায়েৰি

Class 8 Assamese | Chapter 3| এন্ ফ্রাঙ্কৰ ডায়েৰি

১) তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখাঃক) জন্মসূত্ৰে এন্ ফ্রাঙ্ক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল?উত্তৰঃ জন্মসূত্ৰে এন্ ফ্রাঙ্ক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল।খ) এন্ ফ্রাঙ্কৰ দেউতাকৰ নাম কি আছিল?উত্তৰঃ এন্ ফ্রাঙ্কৰ দেউতাকৰ নাম আছিল অট’  ফ্রাঙ্ক।গ) নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক’ত লুকাই আছিল?উত্তৰঃ নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক এটা পণ্য়াগৰত লুকাই আছিল। ঘ) এন ফ্রাঙ্কে কেতিয়াৰ পৰা কেতিয়ালৈকে দিনলেখা লিখিছিল?উত্তৰঃ এন্

Class 8 Assamese | Chapter 3| এন্ ফ্রাঙ্কৰ ডায়েৰি Read More »

গীত আৰু ছবি

Class 9 Assamese Chapter-3 | গীত আৰু ছবি

চমু উত্তৰ দিয়া (ক) কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে?উঃ যি গীত আৰু ছবিৰ অৰ্থ সকলোৱে বুজি নাপায়, তেনে গীত আৰু ছবিক কোনেও ভাল নাপায়। (খ) সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে?উঃ সদায় কাণেৰে শুনা সৰু কথাটিয়েও আমাৰ প্ৰাণ টানি ধৰে যেতিয়া ইয়াক গীতৰ আধাৰত পৰিৱেশন কৰা হয় । (গ)

Class 9 Assamese Chapter-3 | গীত আৰু ছবি Read More »

error

Enjoy this blog? Please spread the word :)

Scroll to Top