প্ৰশস্তি

প্ৰশস্তি- Class 10 Poem Assamese Medium

প্রশস্তি উষাৰ কুঙ্কুম ৰাগে ৰঞ্জিলে বসুধাদশােদিশ উদ্ভাসিত কৰি, নৱ কিশলয়দলে চামৰ ধুলাইপ্রকৃতিক আনিলে সাদৰি। কবি চিত্তহাৰী যত ফুল্ল কুসুমৰআনন্দত প্রাণ টমমলমন্দিৰৰ উপেক্ষিত ৰবাব ফুলেওদিছে যাচি প্রেম-পৰিমল। উঠে তৰু শিৰে শিৰে বন-বিহঙ্গৰছন্দভৰা সুমধুৰ তান— জল স্থল অন্তৰীক্ষ সকলােতে যেনদেৱতাৰ মহা অভিযান। কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদশেষ হ’ল মহা কালৰাত্রি, উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র,উঠা যত মুক্তি পথযাত্রী। মােহন কীচক বেণু অনাহত ছন্দেগায় […]

প্ৰশস্তি- Class 10 Poem Assamese Medium Read More »