বিষাদ যোগ

Class 10 Assamese Ch-15 । বিষাদ যোগ

বিষাদ যোগ- চমু প্ৰশ্ন উত্তৰ ক) মহাৰথী কাক বোলে? উত্তৰ : যি একে দশ সহস্ৰ ধানুকীক মুঝকৈ তাক মহাৰথী বোলে। (অৰ্থাৎ যিয়ে একেলগে দহ হাজাৰ ধনুধাৰৰ সৈতে যুদ্ধ কৰিব পাৰে তাক মহাৰথী বোলে) । খ) কৌৰৱৰ বিশিষ্ট সেনাপতি সকলৰ নাম লিখা? উত্তৰ :কৌৰৱৰ বিশিষ্ট সেনাপতি সকলৰ নাম হৈছে – গুৰু দ্ৰোণাচাৰ্য, ভীষ্ম পিতামহ, কৰ্ণ মহাৰথী, কৃপ অগ্ৰগণী, […]

Class 10 Assamese Ch-15 । বিষাদ যোগ Read More »