মোৰ দেশ

Class 9 Assamese Chapter-5 | মোৰ দেশ

মোৰ দেশ মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ ।মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচেশ‍ইচ-সোনোৱালী ভৱিষ্যতৰ সপোন । মোৰ জীৱনৰ আহেঁ আহেঁমোৰ যৌৱনৰ কোহেঁ-কোহেঁ সেই সপোনৰ কলৰোল । দেশে-দেশে দেশ আছে । এনে বহু দেশৰ অৰঙে-দৰঙেম‍ই ঘূৰিছোঁ । বহু বন্ধুৰ সতে হাতে-হাত ধৰি ফুৰিছোঁ ।কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, […]

Class 9 Assamese Chapter-5 | মোৰ দেশ Read More »