অৰুণিমা সিনহা

Class 10 Assamese Chapter-10 | অৰুণিমা সিনহা

অৰুণিমা সিনহা- চমু উত্তৰ (ক) অৰুণিমা সিনহাৰ কোন বিধ খেলত বিশেষ দক্ষতা আছিল?  উত্তৰঃ অৰুণিমা সিনহাৰ  ভলীবল খেলত বিশেষ দক্ষতা আছিল। (খ) অৰুনিমা সিনহাৰ ঘৰ কত আছিল? উত্তৰঃ অৰুনিমা সিনহাৰ ঘৰ  উত্তৰ প্ৰদেশত আছিল। (গ) হস্পিতালত থাঁকোতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰোপ লৈছিল? উত্তৰঃ হস্পিতালত থাঁকোতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ  সপোনে তীব্ৰ ৰোপ লৈছিল। (ঘ) চিকিতসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? উত্তৰঃ চিকিতসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বতাৰোহনৰ প্ৰশিক্ষণৰ বাবে বাচেন্দ্ৰি পালক লগ ধৰিছিল কিয়নো অৰুণিমাৰ আছিল পৃথিৱীৰ শীৰ্ষতম স্থানত অৰ্থাত এভাৰেষ্টত থিয় হোৱাৰ তীব্ৰ […]

Class 10 Assamese Chapter-10 | অৰুণিমা সিনহা Read More »