শিশুলীলা

Class 9 Assamese Chapter-1 | শিশুলীলা

শিশুলীলা দিনেক যশোদা নন্দ জায়া ।আপুনি মথন্ত দধি গৈয়া ।।কৃষ্ণৰ শৈশৱ লীলাক স্মৰি।কৃষ্ণগীত গাৱন্ত সুন্দৰী ।।ক্ষৌম বস্ত পিন্ধি দিব্য কাছে ।কটিত মেখেলা বান্ধি আছে ।।পুত্ৰস্নেহে স্ৰৱে দুয়ো স্তন ।আজোড়ন্তে লড়ে ঘনে ঘন ।।ৰুণ ঝুণ কেয়ূৰ ককণ ।শ্ৰম জলে উজ্জ্বল বদন ।।কণত কুন্তল দোলে আতি ।খসি পড়ে খোপাৰ মালতি ।।এহিমতেমতে মথন্তে প্ৰয়াসি ।মাৱক ধৰিলা কৃষ্ণে আসি […]

Class 9 Assamese Chapter-1 | শিশুলীলা Read More »