Class 9 অসমীয়া

Class-9 অসমীয়া Assamese Medium Notes are available in this category

প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক

Class 9 Assamese Ch-4 | প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক

প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক ‘তোমাৰ প্ৰাপ্য কি কোৱা ?’মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে কʼলো –‘তোমাৰ শক্তিখিনি দিয়াঁ।’বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কʼলে –‘তোমাৰ কাম্য কি কোৱাঁ ?’মই কʼলোঁ ব্ৰজক, তোমাৰ শক্তিশালীউদাত্ত কণ্ঠটি দিয়াঁ।এদিন আকাশে কʼলে : ‘জনৈক গীতিকাৰেঅকণি আকাশ দেখোঁ মাগে ।’তুমি কিয় আজি বাৰুকম্পিত কণ্ঠেৰেমাগিছাঁ সৰ্বাকাশ সত্তা ?মই কʼলোঁ, ‘তুমিয়েতে কৈছিলাঁ ৰাতিপুৱাযিমানে বিলাই দিবা, সিমানে […]

Class 9 Assamese Ch-4 | প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক Read More »

গীত আৰু ছবি

Class 9 Assamese Chapter-3 | গীত আৰু ছবি

চমু উত্তৰ দিয়া (ক) কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে?উঃ যি গীত আৰু ছবিৰ অৰ্থ সকলোৱে বুজি নাপায়, তেনে গীত আৰু ছবিক কোনেও ভাল নাপায়। (খ) সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে?উঃ সদায় কাণেৰে শুনা সৰু কথাটিয়েও আমাৰ প্ৰাণ টানি ধৰে যেতিয়া ইয়াক গীতৰ আধাৰত পৰিৱেশন কৰা হয় । (গ)

Class 9 Assamese Chapter-3 | গীত আৰু ছবি Read More »

মানৱ বন্দনা

Class 9 Assamese Chapter-2 | মানৱ বন্দনা

মানৱ বন্দনা আহিছে মানুহ গইছে মানুহমানুহ ময়পী জীৱ,মানুহ সোঁতৰ অন্ত নাইকিয়াবুলিলে মৰত কিয়?মানৱী জনম দিয়া উটুৱাইমানৱী কৰম সোঁতে,মানুহৰ মৰম বুজিবা মানুহেধৰম যে মৰমতে।মানুহেই লগ মানুহেই সংগমানুহেই পৰাপৰ,এই যে পৃথিৱী স্বগতো অধিকমানুহৰ নিজাপী ঘৰ।মানুহেই দেৱ মানুহেই সেৱমানুহ বিনে নাই কেৱ,কৰা কৰা পূজা পাদ্য অঘ্য লইজয় জয় মানৱ দেৱ। মানৱ বন্দনা- সাৰাংশ প্ৰতিমা খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে মানৱ

Class 9 Assamese Chapter-2 | মানৱ বন্দনা Read More »

শিশুলীলা

Class 9 Assamese Chapter-1 | শিশুলীলা

শিশুলীলা দিনেক যশোদা নন্দ জায়া ।আপুনি মথন্ত দধি গৈয়া ।।কৃষ্ণৰ শৈশৱ লীলাক স্মৰি।কৃষ্ণগীত গাৱন্ত সুন্দৰী ।।ক্ষৌম বস্ত পিন্ধি দিব্য কাছে ।কটিত মেখেলা বান্ধি আছে ।।পুত্ৰস্নেহে স্ৰৱে দুয়ো স্তন ।আজোড়ন্তে লড়ে ঘনে ঘন ।।ৰুণ ঝুণ কেয়ূৰ ককণ ।শ্ৰম জলে উজ্জ্বল বদন ।।কণত কুন্তল দোলে আতি ।খসি পড়ে খোপাৰ মালতি ।।এহিমতেমতে মথন্তে প্ৰয়াসি ।মাৱক ধৰিলা কৃষ্ণে আসি

Class 9 Assamese Chapter-1 | শিশুলীলা Read More »

error

Enjoy this blog? Please spread the word :)

Scroll to Top