February 2023

যুগমীয়া শৰাইঘাট প্ৰশ্ন উত্তৰ

Class 8 Assamese Ch-2 | যুগমীয়া শৰাইঘাট

Chapter-2 যুগমীয়া শৰাইঘাট যুগমীয়া শৰাইঘাট পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ :-  উত্তৰ দিয়া :(ক) অতীত শৰাইঘাটৰ সমস্যাবোৰ কি আছিল?উত্তৰ : অতীত শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। চুবুৰীয়া দেশসমূহৰ লগত যুদ্ধ-বিগ্রহ আদিয়ে সেই সময়ত প্রধান সমস্যা ৰূপে দেখা দিছিল। (খ) বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি?উত্তৰ : বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ হৈছে সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। (গ) ৰামসিংহ কোন আছিল?উত্তউত্তৰঃ ৰামসিংহ ৰাজপুতসকলৰ […]

Class 8 Assamese Ch-2 | যুগমীয়া শৰাইঘাট Read More »

নিয়ৰ কবিতা প্ৰশ্ন উত্তৰ

Class 8 Assamese Chapter-1 | নিয়ৰ

নিয়ৰ মুকুতা মণিটি পাহিত জিলিকেফটিক পানীত ধোৱানিশাৰ তৰা এটি সৰিয়েহে আছেসৰগত টোপনি যোৱা নিজম আকাশৰ নিচুক কথাটিহিয়াত থৈছে সাঁচিকোন কাহানিৰ সপোন দেখিছেকোনে হাঁহিছিল নাচি ফুলনিত কোনে নিশা নাচিছিলছিগি ৰই গ’ল মণিৰঙিলীৰ ভাব হাঁহি নাচোনৰৰ’ল চিন এইকণি ৰাতিৰ ধেমালি জোনৰ নিফুটহাঁহিৰে থৈছে সানিপুৱাৰ হেঙুলি বেলিটিলৈ চাইএটুপি চকুৰ পানী নিয়ৰ কলিৰে শোভে ফুলজুপিচাইছো ভাবতে ভাহিহায় কি বিষম পেলালে বায়ুৱেজোকাৰি ফুলৰ পাহি

Class 8 Assamese Chapter-1 | নিয়ৰ Read More »

Class-9 Assamese Question Answer| Chapter-12| লোক সংস্কৃতি

Class-9 Assamese Chapter-12 | লোক সংস্কৃতি

পাঠভিত্তিক প্রশ্নোত্তৰ:- ভাব বিষয়ক :- তলৰ প্ৰশ্নসমূহৰ অতি চমুকৈ উত্তৰ লিখা : (ক) লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয়?  উত্তৰঃ লোককৃষ্টিৰ সাধাৰণ উত্তৰণক লোকসংস্কৃতি বোলা হয় । (খ) লোকসমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ? উত্তৰঃ লোকসমাজত পুৰণি দিনৰ কথাৰ অধিক সমাদৰ। (গ) লোককৃষ্টি কাক বোলা হয় ? উত্তৰঃ লোক বা জনৰ যি আচাৰ-অনুষ্ঠান, গীত-পদ, নৃত্য-নাচ,

Class-9 Assamese Chapter-12 | লোক সংস্কৃতি Read More »

Class-9 Assamese Question Answer| Chapter-11| যুঁজ

Class-9 Assamese Chapter-11| যুঁজ Question Answer

Class-9 Assamese Chapter-11| যুঁজ Question Answer পাঠভিত্তিক প্রশ্নোত্তৰ:- ভাব বিষয়ক :- অতি চমুকৈ উত্তৰ লিখা : (ক) কাৰ বেগৰ পৰা টকা চুৰ হৈছিল? উত্তৰঃ প্ৰশাস্তৰ বেগৰ পৰা টকা চুৰি হৈছিল। (খ) সিদ্ধাৰ্থহঁতৰ শ্রেণী শিক্ষকগৰাকীৰ নাম কি? উত্তৰঃ সিদ্ধাৰ্থহঁতৰ শ্রেণী শিক্ষকগৰাকীৰ নাম আছিল মহেন্দ্ৰ মাষ্টৰ৷ (গ) নির্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল? উত্তৰঃ নির্মলে সিদ্ধাৰ্থক বিচাৰি দোকানলৈ গৈছিল।

Class-9 Assamese Chapter-11| যুঁজ Question Answer Read More »

পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন

Class 9 Assamese Ch-10 | পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন

পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন- পাঠভিত্তিক প্রশ্নোত্তৰ ভাব বিষয়ক :- ১। চমুকৈ উত্তৰ লিখা : (ক) ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম কত হৈছিল? উত্তৰঃ ৰাজপুত বীৰ মহাৰাণী প্ৰতাপৰ জন্ম ৰাজস্থানৰ উদয়পুৰত হৈছিল। (খ) পিপলান্ত্ৰি গাঁওখন ক’ত অৱস্থিত? উত্তৰঃ পিপলান্ত্ৰি গাঁওখন ৰাজস্থানৰ ৰাজছমন্দ নামৰ জিলাখনত অৱস্থিত। (গ) কিহৰ বাবে পিপলান্ত্রি গাঁওখনে ‘গ্রীণিজ ৱৰ্ল্ড ৰেকৰ্ড’ছত স্থান পাইছিল ? উত্তৰঃ

Class 9 Assamese Ch-10 | পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন Read More »

error

Enjoy this blog? Please spread the word :)

Scroll to Top